1
Proper Adj. প্ৰকৃত বিশেষণ
কাৰ্য্যক্ষম হৈ নথকা বা চলন্ত অৱস্থাত নথকা ৷

সমাৰ্থক শব্দঃ

Inoperative or not functioning; not in use; dormant.

Synonyms:

2
Abstract Noun গুণবাচক বিশেষ্য
শৰীৰৰ কোনো অঙ্গত খুঁত বা ঘূণ থকা অৱস্থা

সমাৰ্থক শব্দঃ

the quality or state of being deformed, disfigured, or misshapen

Synonyms:

3
Abstract Noun গুণবাচক বিশেষ্য
ঋণাত্মক অৱশেষ হাতত থকা অৱস্থা।
the state of being in negative balance.
4
Abstract Noun গুণবাচক বিশেষ্য
বহু সময় ধৰি কিবা কৰাৰ পিছত লোৱা / হোৱা জিৰণি
break after doing something for a long time

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।