PRONUNCIATION (উচ্চাৰণ):
Ka.woi
1
Noun
বিশেষ্য
এবিধ খাল-বিলত পোৱা এনাবেণ্টিডি (Anabantidae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ উভচৰ প্ৰকৃতিৰ মজলীয়া আকাৰৰ মাছ। ইয়াৰ শৰীৰত থকা এক বিশেষ অতিৰিক্ত শ্বাসতন্ত্ৰৰ (লেবিৰিন্থ) সহায়ত ই পানীৰ অবিহনে বায়ুমণ্ডলৰ পৰা পোনপটীয়াকৈ উশাহ লব পাৰে আৰু ফান তথা ফিচাৰ সহায়ত মাটিত বগাব পাৰে। ই পাকিস্তান, ভাৰত আৰু বাংলাদেশ আদিকে ধৰি সমগ্ৰ দক্ষিণ আৰু পূব এছিয়াত পোৱা যায়।
সমাৰ্থক শব্দঃ
Climbing Perch.
A species of amphibious, freshwater labyrinth fish native to South and East Asia. It is known for its accessory respiratory organs (labyrinth organs), which allow it to breathe atmospheric air and use its wings and operculum to travel short distances over land

Scientific Name:
Anabas testudineus
উদাহৰণ (Example Sentense):
"অসমৰ বিল সমূহত কাৱৈ মাছ প্ৰচুৰ ভাৱে পোৱা যায় ৷"
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।