1
Proper Adj. প্ৰকৃত বিশেষণ
মানুহৰ গুণ নথকা, বৰ্বৰ, নিৰ্দয়, পাষৱিক
মানুহৰ ধৰ্ম বা চৰিত্ৰ যেনে, মৰম, দয়া, সমবেদনা আদি নথকা; অত্যন্ত বৰ্বৰ, নিৰ্দয় বা পাষৱিক (যেনে— "অমানুষিক অত্যাচাৰ")।
Inhuman, brutal, savage, unhuman.
Lacking human qualities such as compassion, mercy, or warmth; brutal, cruel, or savage
উদাহৰণ (Example Sentense):

"বন্দীসকলৰ ওপৰত অমানুষিক অত্যাচাৰ চলোৱা হৈছিল।"

2
Adjective বিশেষণ
Deliberately causing pain or distress to people or animals, or enjoying their suffering; devoid of pity or mercy.

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।