1
Adjective বিশেষণ
সমতল বা অনুভূমিক পৃষ্ঠৰ ওপৰত পৃষ্ঠৰ সৈতে ৯০ ডিগ্ৰী (90 degree) কোণ কৰি থকা অৱস্থা; ওপৰৰ পৰা তললৈ পোন হৈ থকা বা থিয় অৱস্থা।

সমাৰ্থক শব্দঃ

A position on a flat or horizontal surface making an angle of 90 degrees with the surface; A straight or standing position from top to bottom or upright.

Synonyms:

A position on a flat or horizontal surface making an angle of 90 degrees with the surface; A straight or standing position from top to bottom or upright.
2
Noun বিশেষ্য
এডাল থিয় বা উলম্ব ৰেখা, পৃষ্ঠ বা দিশ।

সমাৰ্থক শব্দঃ

A vertical line, plane, or direction.
A vertical line, plane, or direction.

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।