1
Abstract Noun বিশেষ্য
'Medium' শব্দৰ বহুবচন ৰূপ; তথ্য বা ডাটা সংৰক্ষণ আৰু সৰবৰাহ কৰিবলৈ ব্যৱহাৰ কৰা সামগ্ৰী বা আহিলা।

সমাৰ্থক শব্দঃ

The plural form of medium; institutions or tools used to store, transmit, or deliver information or data
উদাহৰণ (Example Sentense):

"The website allows users to upload various types of media, including images and audio files."

2
Abstract Noun
জনসাধাৰণৰ মাজত বাৰ্তা, তথ্য বা মনোৰঞ্জন প্ৰেৰণ কৰা মূল সংযোগ ব্যৱস্থা বা গণমাধ্যম (যেনে— বাতৰি কাকত, দূৰদৰ্শন, অনাতঁৰ, আৰু ইণ্টাৰনেট)।
The main means of mass communication (broadcasting, publishing, and the internet) are regarded collectively.

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।