1
Proper Noun (neuter)
সংজ্ঞাবাচক বিশেষ্য
হালধীয়া ৰঙৰ ডাঙৰ ফুল ফুলা এবিধ উদ্ভিদ; ইয়াৰ ফুলবোৰ সদায় সূৰ্য্যৰ দিশলৈ মুখ কৰি থাকে বাবে ইয়াক সূৰ্য্যমুখী বুলি কোৱা হয়। ইয়াৰ বীজৰ পৰা বহুলভাৱে খোৱা তেল উৎপাদন কৰা হয়।
সমাৰ্থক শব্দঃ
1. Sunflower.
2. A tall North American plant of the daisy family, with very large golden-yellow flowers. It is widely cultivated for its edible seeds, which yield a valuable cooking oil.
2. A tall North American plant of the daisy family, with very large golden-yellow flowers. It is widely cultivated for its edible seeds, which yield a valuable cooking oil.
Synonyms:
Scientific Name:
Helianthus annuus
উদাহৰণ (Example Sentense):
"বাৰীত ফুলি থকা সূৰ্য্যমুখী ফুলবোৰে পৰিৱেশটো সুন্দৰ কৰি তুলিছে"
2
Adjective (Proper Adj. )
বিশেষণ (প্ৰকৃত বিশেষণ)
সূৰ্য্যৰ পিনে মুখ কৰি থকা; সূৰ্য্যৰ গতি অনুসৰি দিশ সলনি কৰা প্ৰবৃত্তি।
সমাৰ্থক শব্দঃ
Turning or facing toward the sun; Heliotropic.
Related Words
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।