1
Noun
বিশেষ্য
বিশেষ কোঠাত আবদ্ধ কৰি ধোঁৱা বা এথিলিন গেছ প্ৰয়োগ কৰি কল বা অন্যান্য ফল-মূল কৃত্রিমভাৱে পকোৱা কাৰ্য।
The agricultural practice of applying smoke or ethylene fumes in an enclosed space to accelerate the ripening process of fruits.
Synonyms:
3
Noun
বিশেষ্য
বিষাক্ত গেছ, ৰাসায়নিক বা ধোঁৱা ব্যৱহাৰ কৰি কোনো স্থান, কৃষিভূমি, ঘৰ-দুৱাৰ বা গুদামঘৰ কীট-পতংগ, মহ-মাখি, জীৱাণু বা ভেঁকুৰৰ পৰা মুক্ত কৰা কাৰ্য
The act or process of applying smoke, fumes, or vapor (chemicals/pesticides) to an area to disinfect it, eliminate pests, or destroy harmful organisms, fungi, and bacteria.
Synonyms:
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।