1
Abstract Noun গুণবাচক বিশেষ্য
এটা বা এলানি কাম সম্পন্ন কৰিবলৈ এজন ব্যক্তিয়ে নিষ্ঠা সহকাৰে পালন কৰা দায়িত্ব বা কৰ্ত্তব্য।

সমাৰ্থক শব্দঃ

the responsibility taken and duties faithfully delivered by an individual to accomplise an event or a series of events.

Synonyms:

2
Material Noun বস্তুবাচক বিশেষ্য
(এজোপা গছৰ) মাটিৰ তলত হোৱা বৃদ্ধি, যি গছজোপাত মাটিত ধৰি ৰাখে আৰু পুষ্টি যোগায় ৷
the underground growth (of a plant) that keeps the plant in the ground and supplies nutrients

Synonyms:

3
Material Noun বস্তুবাচক বিশেষ্য
অতি মিহি কোনো পদাৰ্থৰ কণিকাৰ সমষ্টি
mass of fine dry particles

Synonyms:

4
Abstract Noun গুণবাচক বিশেষ্য
The state being in a short distance apart
5
Abstract Noun গুণবাচক বিশেষ্য
কোনো বস্তু য’ৰ পৰা আহে, আৰম্ভ হয় বা পোৱা যায়
any thing or place from which something comes, arises, or is obtained
6
Material Noun বস্তুবাচক বিশেষ্য
গছৰ গা-গছ ডালৰ আটাইতকৈ তলৰ অংশ, য’ৰ পৰা শিপা ওলায়
the trunk of a tree just above the root, i.e. the bottom-most part of the trunk

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।