PRONUNCIATION (উচ্চাৰণ): ka.koi.xi.ra (কাকৈ-শিৰা)
1
Noun জাতিবাচক বিশেষ্য
আফ্ৰিকা, ইউৰোপ আৰু এছিয়া মহাদেশত পোৱা এবিধ বিশেষ ৰঙীন চৰাই (বৈজ্ঞানিক নাম: Upupa epops)। ইয়াৰ মুৰৰ ওপৰত পাখিৰ এক ধুনীয়া থোপা থাকে, যাক মেলি ধৰিলে কাকৈ ফণিৰ দৰে দেখি । যাৰ বাবে অসমীয়াত ইয়াক ‘কাকৈশিৰা’ বুলি কোৱা হয়।

সমাৰ্থক শব্দঃ

A colorful, medium-sized bird (Upupa epops) found across Afro-Eurasia, distinctive for its crown of feathers (crest) that looks like a comb, long, slender curved beak, and cinnamon-colored plumage with black-and-white striped wings.
Scientific Name: Upupa epops
An Upupa epops or kakoishira bird sitting on a branch

Related Words

Share This Word:

Additional Data:

🔬 Scientific Name: Upupa epops

Pronunciation: ka.koi.xi.ra (কাকৈ-শিৰা)

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।