এয়ে মোৰ শেষ গান ৰাভা সংগীত – Aiye Mor Hekh Gaan Lyrics
গীত: এয়ে মোৰ শেষ গান গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰেণী : ৰাভা সংগীত এয়ে মোৰ শেষ গান জীৱন-নাটৰ শেষ ৰাগিনী কল্যাণ খৰমান এয়ে মোৰ শেষ গান মোৰ জীৱন-নাটৰ শেষ ৰাগিনী কল্যাণ খৰমান । Music… পাতনিতে বালোঁ ধেমালি নান্দী ভঙ্গী সূত্ৰধাৰ, হাঁহি বিননিৰে ভাও দিলোঁ নানা বোৱালোঁ অশ্ৰু ধাৰ নৱ-নৱ ৰসে বালোঁ ভাওনাও নৱ-নৱ ৰসে বালোঁ ভাওনাও আশাৰ নিৰাশাৰ আজি হ’ব মোৰ জীৱন নাটৰ …