আমাৰে সখিয়া আকুল বিয়াকুলে (Amare Hokhiya) Lyrics

জ্যোতি সংগীত আমাৰে সখিয়া Amare Xokhiya Lyrics

আমাৰে সখিয়া Amare Hokhiya (Jyoti Sangeet) গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰেণী : জ্যোতি সংগীত আমাৰে সখিয়া আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই আমাৰে সখিয়া আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই অ’ সপোনৰ হাঁহিটি চাই সপোনত কোঁৱৰে আহুদি আনিলে মতলীয়া সখী খাই অ’ মতলীয়া সখী খাই । Music… দিঠকৰ বাতৰি সপোনত মিলিলে আছিল সখী বাটে চাই দিঠকৰ বাতৰি সপোনত মিলিলে আছিল সখী বাটে চাই ফাগুনৰ বতাহে গাতে ছাটি …

Read more

লুইতৰ আকাশত তৰাৰ তৰাৱলী (Luitor Akaxot) জ্যোতি সংগীত Lyrics

লুইতৰ আকাশত Lyrics

লুইতৰ আকাশত তৰাৰ তৰাৱলী Lyrics of Luitor Akaxot Torar Torawoli  গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰেণী : জ্যোতি সংগীত লুইতৰ আকাশত তৰাৰ তৰাৱলী লুইতৰ আকাশত তৰাৰ তৰাৱলী পাৰত দীপাৱলী তেজৰে মোৰ পাৰত দীপাৱলী তেজৰে মোৰ আই নাকান্দিবি… আই নাকান্দিবি থাপনাত তেজেৰে বন্তি দিছেহি সন্তানে আজি তোৰ, পাৰত দীপাৱলী তেজৰে মোৰ । লুইতৰ আকাশত তৰাৰ তৰাৱলী ।। Music… লাচিতৰ দিনৰে জলা জুয়েকুৰা আই অ’ নুমুৱা নাই লাচিতৰ …

Read more

লুইতৰে পানী যাবি অ’ বৈ Lyrics (Luitore Pani)

লুইতৰে পানী Lyrics

লুইতৰে পানী (Luitore Pani) গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰেণী : জ্যোতি সংগীত লুইতৰে পানী যাবি অ’ বৈ লুইতৰে পানী যাবি অ’ বৈ লুইতৰে পানী যাবি অ’ বৈ লুইতৰে পানী যাবি অ’ বৈ সন্ধিয়া লুইতৰ পানী সোণোৱালী চহৰে নগৰে যাবি অ’ বৈ জয়াৰে কীৰিতি দেশে-বিদেশে সাগৰে-নগৰে ফুৰিবি কৈ ৷ লুইতৰে পানী যাবি অ’ বৈ লুইতৰে পানী যাবি অ’ বৈ Music… মাটিৰে দেহাটি এৰি জয়মতী জ্যোতিৰে দেহাটি …

Read more

গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে – জ্যোতি সংগীত (Gawor Lora Gawe Gawe)

গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে Lyrics জ্যোতি সংগীত

গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে Lyrics গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰেণী : জ্যোতি সংগীত গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাম আমি গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাম আমি গাঁৱৰ ল’ৰা ৷ গাৱলীয়া ছোৱালী শেৱালি মই নেৱালী গাঁৱৰ ল’ৰা ; গাৱলীয়া ছোৱালী শেৱালি মই নেৱালী গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাম আমি গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাম ৷ গাঁৱৰ ল’ৰা আগবাঢ়ি যাম …

Read more