পাই ক্ৰিপ্টোকাৰেঞ্চী Pi cryptocurrency ৰ বিষয়ে কিছু কথা

Mine Pi Cryptocurrency

পাই ক্ৰিপ্টোকাৰেঞ্চী (Pi cryptocurrency) ৰ বিষয়ে কিছু কথা । What is Pi Network and Pi Coin: Learn in Assamese বৰ্তমান সময়ত বিনিময় ব্যৱস্থাত ক্ৰিপ্টোকাৰেঞ্চী এক বহু চৰ্চিত বিষয় হৈ পৰিছে ৷ অৱশ্যে ভাৰতবৰ্ষত ইয়াৰ ব্যৱহাৰ একেবাৰেই কম বুলি কলেও ভুল নহ’ব ৷ ক্ৰিপ্টোকাৰেঞ্চী (ইংৰাজীত cryptocurrency) হ’ল এক virtual আৰু স্বতন্ত্ৰ মুদ্ৰা ব্যৱস্থা, যাৰ কোনো মালিক নাই আৰু প্ৰচলিত পইচাৰ দৰে ক্ৰিপ্টো কাৰেঞ্চীৰ কোনো ৰূপ নাই …

Read more

অসমীয়াগিৰী কৰোঁ আহক – Let’s Do Some Asomiyagiri

অসমীয়াগিৰী কেনেকৈ কৰিব - asomiyagiri

অসমত অসমীয়াগিৰী কেনেকৈ কৰিব: আমি যে কথাই কথাই অসমত অসমীয়াগিৰী চলিব লাগে বুলি কৈ ফুৰোঁ, অসমত বাৰু অসমীয়াৰ অসমীয়াগিৰী চলি থাকিবনে সঁচায়ে ? এটা সৰু উদাহৰণ দিছোঁ, কাতি বিহু ; গাওঁ অঞ্চলৰ সীমিত সংখ্যক লোকক বাদ দি কিমানজন অসমীয়াই আজিকালি কাতি বিহু পালন কৰে বাৰু ? আজি বহু অসমীয়াই কাতি বিহু পালন কৰাটো দুৰৰে কথা, কাতি বিহুৰ আন এটা নাম কি তাকে নাজানে ৷ “তুলসীৰ তলে …

Read more

ভুৱা বেংক ফোনকলৰ অভিজ্ঞতা- Fake Phone Calls from Bank Fraud

Fake Phone Calls from bank fraud

সাৱধান! আপুনিও হব পাৰে এনে দুষ্ট চক্ৰৰ চিকাৰ ! Fake Phone Calls from Bank Fraud: আবেলি প্ৰায় 5.30 মান বজাত এটা অচিনাকি নম্বৰৰ পৰা Phone Call এটা আহিল ৷ ক্ষন্তেক পাছতে “True Caller” ত নামটো ওলাল ‘Bank ATM’ বুলি আৰু Caller location টো হ’ল ওলাল বিহাৰ বুলি ৷ খন্তেক ভাবি ফোনটো ৰিচিভ কৰিলোঁ ৷ এটা পুৰুষ কণ্ঠই Good evening বুলি কৈ মোক হিন্দীতে কলে যে …

Read more