Assamese Opposite Words Part- 2

এই তালিকা খনত ৩০০ টা শব্দ আৰু সেইসমূহৰ বিপৰীত সব্দ বোৰ দিয়া হৈছে । বিপৰীত শব্দৰ এই তালিকা খন সৰু সৰু খণ্ডত চাবলৈ কাষৰ লিংকটোত ক্লিক কৰক -> Click Here

বিপৰীত শব্দৰ প্ৰথম খণ্ডটোৰ বাবে ইয়াত ক্লিক কৰক

উদ্বিগ্নঅনুদ্বিগ্ন
উদয়অস্ত
উদয়াচলঅস্তাচল
উন্নতঅনুন্নত
উন্নতিঅনুন্নতি
উন্নতিঅধোন্নতি
উন্নতিঅৱনতি
উন্মুক্তআৱদ্ধ
উপকাৰঅপকাৰ
উপযুক্তঅনুপযুক্ত
উপসংহাৰঅবতৰণিকা
উপস্থিতঅনুপস্থিত
উপসৰ্গঅনুসৰ্গ
উভৈনদীঅভাৱ
উমৈহতিয়াগাইগুটিয়া
উৰুঙাউখল মাখল
উৰ্দ্ধঅধঃ
উৰ্ধ্বঅনুৰ্ধ্ব
উৰ্ধ্বতমতলতীয়া
উৰ্বৰঅনুৰ্বৰ
উষ্ণশীতল
ঊৰ্ধ্বগতিঅধোগতি
ঊৰ্ধ্বচাপনিম্নচাপ
ঋনাত্মকধনাত্মক
একত্ববহুত্ব
একমুখীবহুমুখী
এতিয়াতেতিয়া
এন্ধাৰপোহৰ
এঁৱাদৈ
এলাগীলাগী
ঐক্যঅনৈক্য
ঐচ্ছিকঅনৈচ্ছিক
ঐতিহাসিকঅনৈতিহাসিক
ঐহিকপাৰলৌকিক
ইহলৌকিকপাৰলৌকিক
ওখচাপৰ
ওচৰআঁতৰ
ওচৰৰদূৰৈৰ
ওপৰতল
ওপৰততলত
ঔচিত্যঅনৌচিত্য
ক’লাবগা
ক’লীবগী
ককৰ্থনাপ্ৰশংসা
কুকৰ্মসুকৰ্ম
কুখ্যাতসুখ্যাত
কঙালীভূগালী
কান্দহাঁহ
কান্দোনহাঁহি
কাপুৰুষসাহসী
কাৰ্যকৰীঅকাৰ্যকৰী
কালিআজি
কাল্পনিকবাস্তৱিক
কিঞ্চিতপ্ৰচুৰ
কিনাবিকা
কিশোৰকিশোৰী
কেঁকুৰিপোন
কেঁচাপকা
কোমলকঠিন
কুটিলসৰল
কঠিনসহজ
কৃতকাৰ্যঅকৃতকাৰ্য
কৃতকাৰ্যতাঅকৃতকাৰ্যতা
কৃতজ্ঞঅকৃতজ্ঞ
কৃতজ্ঞকৃতঘ্ন
কৃত্যঅকৃত্য
কৃত্ৰিমঅকৃত্ৰিম
কুতসাপ্ৰশংসা
কুৎসিতসুন্দৰ
কথিতঅকথিত
কথনীয়অকথনীয়
কদৰ্যধুনীয়া
কুদৃষ্টিশুভদৃষ্টি
কুনামসুনাম
কনিষ্ঠজ্যেষ্ট
কন্যাপুত্ৰ
কুন্ধচআটকধুনীয়া
কুন্ধচশুৱনী
কৃপাময়কৃপাহীন
কপটঅকপট
কপটীয়াঅকপটীয়া
কৃপণখৰছী
কুপথসুপথ
কুফলসুফল
কমবেছি
কুমেৰুসুমেৰু
কম্পিতঅকম্পিত
কুমলীয়াপূৰঠ
কৰ্কশমিহি
কৰ্কশশুৱলা
কৰাইচখৰছী
ক্ৰেতাবিক্ৰেতা
কুৰুছিসুৰুছি
কৰণীয়অকৰণীয়
কৰ্তৃত্বঅকৰ্তৃত্ব
কৰ্তব্যঅকৰ্তব্য
কুৰূপসুৰূপ
কৰ্মঅকৰ্ম
ক্ৰয়বিক্ৰয়
কুলক্ষণসুলক্ষণ
কুলক্ষণীসুলক্ষণী
ক্লান্তঅক্লান্ত
ক্লেশঅক্লেশ
কল্পনাবাস্তৱ
কৃশস্থূল
কুশ্ৰীসুশ্ৰী
কৃষ্ণাংগশ্বেতাংগ
কৃষ্ণপক্ষশুক্লপক্ষ
ক্ষমাপ্ৰতিশোধ
ক্ষয়বৃদ্ধি
খংৰং
খঙালৰঙিয়াল
খাঁটিভেজাল
খাদ্যঅখাদ্য
খাৰিফশস্যৰবিশস্য
খালবাম
খালীভৰ্তি
খীণশকত
খোকোজাসলসলীয়া
খোৱানোখোৱা
খোলাবন্ধ
খ্যাতঅখ্যাত
খ্যাতিঅখ্যাতি
খণ্ডঅখণ্ড
খণ্ডিতঅখণ্ডিত
খণ্ডবাক্যপূৰ্ণবাক্য
খুৰাখুৰী
খৰালিবাৰিষা
খৰচজমা
খৰচীমিতব্যয়ী
খৰতকীয়ালেহেমীয়া
খলনায়কনায়ক
খহটামিহি
গগনপাতাল
গাইবলধ
গাওঁনগৰ
গাঁৱলীয়াচহৰীয়া
গাভৰুডেকা
গায়কগায়িকা
গিৰীহঁতগিৰীহঁতনী
গিৰীয়েকঘৈণিয়েক
গোচৰীয়াপদকীয়া
গোটাচেপেটা
গোপনপ্ৰকাশ
গোপনীয়অগোপনীয়
গোমাফৰকাল
গোলামমালিক
গৌণমুখ্য
গৌৰৱঅগৌৰৱ
গঠনভাঙোন
গুণদোষ
গণিকাসতী
গুণীনিৰ্গুণী
গুণফলভাগফল
গতঅনাগত
গতানুগতিকঅগতানুগতিক
গতিস্থিতি
গতিশক্তিস্থিতিশক্তি
গতিশীলস্থিতিশীল
গদ্যপদ্য
গধুৰপাতল
গধূলিপুৱা
গুপ্তমুক্ত
গভীৰতৰাং
গভীৰঅগভীৰ
গভীৰতৰল
গম্যঅগম্য
গমনআগমন
গম্ভীৰচঞ্চল
গুৰুশিষ্য
গুৰুলঘু
গ্ৰামাঞ্চলনগৰাঞ্চল
গ্ৰাহ্যবৰ্জ্য
গুৰিআগ
গৰিষ্ঠলঘিষ্ঠ
গৰিহণাপ্ৰশংসা
গ্ৰীষ্মশীত
গ্ৰীষ্মকালশীতকাল
গুৰুত্বলঘুত্ব
গৰমঠাণ্ডা
গৰলঅমৃত
গ্ৰহনক্ষত্ৰ
গৰ্হিতপ্ৰশংসনীয়
গ্ৰহণবৰ্জন
গ্ৰহণীয়বৰ্জনীয়
গ্লানিযশস্যা
গহীনচঞ্চল
গৃহস্থীসন্ন্যাসী
ঘাইপথউপপথ
ঘাটিৰাহি
ঘৈণিয়েকগিৰীয়েক
ঘোষঅঘোষ
ঘনসেৰেঙা
ঘৃণাপ্ৰেম
ঘুমটিঅনিদ্ৰা
ঘৰচীয়াবনৰীয়া
চাকৰমালিক
চাপৰওখ
চাফালেতেৰা
চামিলবহিষ্কাৰ
চামোনকথকী
চিনাকিঅচিনাকি
চেতনজড়
চেপেটাগোটা
চঞ্চলধীৰ
চুটিওখ
চতুৰহোজা
চনকালিটকীয়া
চন্দ্ৰসূৰ্য
চফেদক’লা
চৰকাৰীবেচৰকাৰী
চৰিত্ৰৱানচৰিত্ৰহীন
চৰ্ব্যপেয়
চলঅচল
চহকীদুখীয়া
জাগৰণনিদ্ৰা
জীৱনমৰণ
জোখঅজোখ
জ্ঞানঅজ্ঞান
জ্ঞানীমূৰ্খ
জটিলসৰল
জন্মমৃত্যু
জমাখৰচ
জয়পৰাজয়
টেঙৰচতুৰ
যোগবিযোগ
যশঅপযশ
ডাঠপাতল
ডেকাবুঢ়া
ত্যাগগ্ৰহন
তপতচেঁচা
থকানথকা
দ’বাম
দুখসুখ
দুখিয়াধনী
দাতাকৃপণ
দাদাবৌ
দিঠকসপোন
দিনৰাতি
দীঘলচুটি
দীৰ্ঘহ্ৰস্ব
দেখানেদেখা
দেৱতাঅসুৰ
দেশপ্ৰেমিকদেশদ্ৰোহী
দূৰদৰ্শীঅদুৰদৰ্শী
দুৰ্বলসবল
দুৰ্লভসুলভ
দয়ালুনিৰ্দয়
ধৈৰ্যঅধৈৰ্য
ধুনিয়াকুৎসিত
ধনীদুখীয়া
ধ্বংসসূষ্টি
ধৰ্মঅধম
নাৰীপুৰুষ
নিন্দাপ্ৰশংসা
নিভীকভীৰু
নিম্নউচ্চ
নিৰাকাৰসাকাৰ
নিৰানন্দআনন্দ
নিৰাপদবিপদজনক
নিৰাশাআশা
নিৰ্দোষীদোষী
নিৰভিমানীঅভিমানী
নিৰসৰসাল
নিৰহংকাৰঅহংকাৰ
নেদেখাদেখা
নৈশদিবা
ন্যায়অন্যায়
নতুণপুৰণি
নবীনপ্ৰবীন
পাতালআকাশ
পাতলডাঠ
পাপপুণ্য
পোনপটীয়াআওপটীয়া
পোহনীয়াবনৰীয়া
পোহৰআন্ধাৰ
পুণ্যপাপ
পণ্ডিতমূৰ্খ
পুত্ৰজীয়ৰী
পুৱাগধূলি
পৱিত্ৰঅপৱিত্ৰ
প্ৰকাণ্ডসৰু
প্ৰকাশগোপন
প্ৰকৃতঅপ্ৰকৃত
প্ৰাচীননবীন
প্ৰাচ্যপাশ্চাত্য
পৰিকল্পিতঅপৰিকল্পিত
পৰিমিতঅপৰিমিত
পৰিষ্কাৰলেতেৰা
প্ৰচুৰতাকৰ
প্ৰেৰণানিৰুৎসাহ
প্ৰজাৰজা
পুৰণিনতুন
পূৰ্ণিমাঅমাৱশ্যা
প্ৰতক্ষ্যপৰোক্ষ
পৰনিৰ্ভৰশীলআত্মনিৰ্ভৰশীল
প্ৰৱেশপ্ৰস্থান
প্ৰভুভৃত্য
প্ৰশংসানিন্দা
প্ৰশ্নউত্তৰ