এই তালিকা খনত ৩০০ টা শব্দ আৰু সেইসমূহৰ বিপৰীত সব্দ বোৰ দিয়া হৈছে । বিপৰীত শব্দৰ এই তালিকা খন সৰু সৰু খণ্ডত চাবলৈ কাষৰ লিংকটোত ক্লিক কৰক -> Click Here
বিপৰীত শব্দৰ প্ৰথম খণ্ডটোৰ বাবে ইয়াত ক্লিক কৰক
উদ্বিগ্ন | অনুদ্বিগ্ন |
উদয় | অস্ত |
উদয়াচল | অস্তাচল |
উন্নত | অনুন্নত |
উন্নতি | অনুন্নতি |
উন্নতি | অধোন্নতি |
উন্নতি | অৱনতি |
উন্মুক্ত | আৱদ্ধ |
উপকাৰ | অপকাৰ |
উপযুক্ত | অনুপযুক্ত |
উপসংহাৰ | অবতৰণিকা |
উপস্থিত | অনুপস্থিত |
উপসৰ্গ | অনুসৰ্গ |
উভৈনদী | অভাৱ |
উমৈহতিয়া | গাইগুটিয়া |
উৰুঙা | উখল মাখল |
উৰ্দ্ধ | অধঃ |
উৰ্ধ্ব | অনুৰ্ধ্ব |
উৰ্ধ্বতম | তলতীয়া |
উৰ্বৰ | অনুৰ্বৰ |
উষ্ণ | শীতল |
ঊৰ্ধ্বগতি | অধোগতি |
ঊৰ্ধ্বচাপ | নিম্নচাপ |
ঋনাত্মক | ধনাত্মক |
একত্ব | বহুত্ব |
একমুখী | বহুমুখী |
এতিয়া | তেতিয়া |
এন্ধাৰ | পোহৰ |
এঁৱা | দৈ |
এলাগী | লাগী |
ঐক্য | অনৈক্য |
ঐচ্ছিক | অনৈচ্ছিক |
ঐতিহাসিক | অনৈতিহাসিক |
ঐহিক | পাৰলৌকিক |
ইহলৌকিক | পাৰলৌকিক |
ওখ | চাপৰ |
ওচৰ | আঁতৰ |
ওচৰৰ | দূৰৈৰ |
ওপৰ | তল |
ওপৰত | তলত |
ঔচিত্য | অনৌচিত্য |
ক’লা | বগা |
ক’লী | বগী |
ককৰ্থনা | প্ৰশংসা |
কুকৰ্ম | সুকৰ্ম |
কুখ্যাত | সুখ্যাত |
কঙালী | ভূগালী |
কান্দ | হাঁহ |
কান্দোন | হাঁহি |
কাপুৰুষ | সাহসী |
কাৰ্যকৰী | অকাৰ্যকৰী |
কালি | আজি |
কাল্পনিক | বাস্তৱিক |
কিঞ্চিত | প্ৰচুৰ |
কিনা | বিকা |
কিশোৰ | কিশোৰী |
কেঁকুৰি | পোন |
কেঁচা | পকা |
কোমল | কঠিন |
কুটিল | সৰল |
কঠিন | সহজ |
কৃতকাৰ্য | অকৃতকাৰ্য |
কৃতকাৰ্যতা | অকৃতকাৰ্যতা |
কৃতজ্ঞ | অকৃতজ্ঞ |
কৃতজ্ঞ | কৃতঘ্ন |
কৃত্য | অকৃত্য |
কৃত্ৰিম | অকৃত্ৰিম |
কুতসা | প্ৰশংসা |
কুৎসিত | সুন্দৰ |
কথিত | অকথিত |
কথনীয় | অকথনীয় |
কদৰ্য | ধুনীয়া |
কুদৃষ্টি | শুভদৃষ্টি |
কুনাম | সুনাম |
কনিষ্ঠ | জ্যেষ্ট |
কন্যা | পুত্ৰ |
কুন্ধচ | আটকধুনীয়া |
কুন্ধচ | শুৱনী |
কৃপাময় | কৃপাহীন |
কপট | অকপট |
কপটীয়া | অকপটীয়া |
কৃপণ | খৰছী |
কুপথ | সুপথ |
কুফল | সুফল |
কম | বেছি |
কুমেৰু | সুমেৰু |
কম্পিত | অকম্পিত |
কুমলীয়া | পূৰঠ |
কৰ্কশ | মিহি |
কৰ্কশ | শুৱলা |
কৰাইচ | খৰছী |
ক্ৰেতা | বিক্ৰেতা |
কুৰুছি | সুৰুছি |
কৰণীয় | অকৰণীয় |
কৰ্তৃত্ব | অকৰ্তৃত্ব |
কৰ্তব্য | অকৰ্তব্য |
কুৰূপ | সুৰূপ |
কৰ্ম | অকৰ্ম |
ক্ৰয় | বিক্ৰয় |
কুলক্ষণ | সুলক্ষণ |
কুলক্ষণী | সুলক্ষণী |
ক্লান্ত | অক্লান্ত |
ক্লেশ | অক্লেশ |
কল্পনা | বাস্তৱ |
কৃশ | স্থূল |
কুশ্ৰী | সুশ্ৰী |
কৃষ্ণাংগ | শ্বেতাংগ |
কৃষ্ণপক্ষ | শুক্লপক্ষ |
ক্ষমা | প্ৰতিশোধ |
ক্ষয় | বৃদ্ধি |
খং | ৰং |
খঙাল | ৰঙিয়াল |
খাঁটি | ভেজাল |
খাদ্য | অখাদ্য |
খাৰিফশস্য | ৰবিশস্য |
খাল | বাম |
খালী | ভৰ্তি |
খীণ | শকত |
খোকোজা | সলসলীয়া |
খোৱা | নোখোৱা |
খোলা | বন্ধ |
খ্যাত | অখ্যাত |
খ্যাতি | অখ্যাতি |
খণ্ড | অখণ্ড |
খণ্ডিত | অখণ্ডিত |
খণ্ডবাক্য | পূৰ্ণবাক্য |
খুৰা | খুৰী |
খৰালি | বাৰিষা |
খৰচ | জমা |
খৰচী | মিতব্যয়ী |
খৰতকীয়া | লেহেমীয়া |
খলনায়ক | নায়ক |
খহটা | মিহি |
গগন | পাতাল |
গাই | বলধ |
গাওঁ | নগৰ |
গাঁৱলীয়া | চহৰীয়া |
গাভৰু | ডেকা |
গায়ক | গায়িকা |
গিৰীহঁত | গিৰীহঁতনী |
গিৰীয়েক | ঘৈণিয়েক |
গোচৰীয়া | পদকীয়া |
গোটা | চেপেটা |
গোপন | প্ৰকাশ |
গোপনীয় | অগোপনীয় |
গোমা | ফৰকাল |
গোলাম | মালিক |
গৌণ | মুখ্য |
গৌৰৱ | অগৌৰৱ |
গঠন | ভাঙোন |
গুণ | দোষ |
গণিকা | সতী |
গুণী | নিৰ্গুণী |
গুণফল | ভাগফল |
গত | অনাগত |
গতানুগতিক | অগতানুগতিক |
গতি | স্থিতি |
গতিশক্তি | স্থিতিশক্তি |
গতিশীল | স্থিতিশীল |
গদ্য | পদ্য |
গধুৰ | পাতল |
গধূলি | পুৱা |
গুপ্ত | মুক্ত |
গভীৰ | তৰাং |
গভীৰ | অগভীৰ |
গভীৰ | তৰল |
গম্য | অগম্য |
গমন | আগমন |
গম্ভীৰ | চঞ্চল |
গুৰু | শিষ্য |
গুৰু | লঘু |
গ্ৰামাঞ্চল | নগৰাঞ্চল |
গ্ৰাহ্য | বৰ্জ্য |
গুৰি | আগ |
গৰিষ্ঠ | লঘিষ্ঠ |
গৰিহণা | প্ৰশংসা |
গ্ৰীষ্ম | শীত |
গ্ৰীষ্মকাল | শীতকাল |
গুৰুত্ব | লঘুত্ব |
গৰম | ঠাণ্ডা |
গৰল | অমৃত |
গ্ৰহ | নক্ষত্ৰ |
গৰ্হিত | প্ৰশংসনীয় |
গ্ৰহণ | বৰ্জন |
গ্ৰহণীয় | বৰ্জনীয় |
গ্লানি | যশস্যা |
গহীন | চঞ্চল |
গৃহস্থী | সন্ন্যাসী |
ঘাইপথ | উপপথ |
ঘাটি | ৰাহি |
ঘৈণিয়েক | গিৰীয়েক |
ঘোষ | অঘোষ |
ঘন | সেৰেঙা |
ঘৃণা | প্ৰেম |
ঘুমটি | অনিদ্ৰা |
ঘৰচীয়া | বনৰীয়া |
চাকৰ | মালিক |
চাপৰ | ওখ |
চাফা | লেতেৰা |
চামিল | বহিষ্কাৰ |
চামোন | কথকী |
চিনাকি | অচিনাকি |
চেতন | জড় |
চেপেটা | গোটা |
চঞ্চল | ধীৰ |
চুটি | ওখ |
চতুৰ | হোজা |
চনকা | লিটকীয়া |
চন্দ্ৰ | সূৰ্য |
চফেদ | ক’লা |
চৰকাৰী | বেচৰকাৰী |
চৰিত্ৰৱান | চৰিত্ৰহীন |
চৰ্ব্য | পেয় |
চল | অচল |
চহকী | দুখীয়া |
জাগৰণ | নিদ্ৰা |
জীৱন | মৰণ |
জোখ | অজোখ |
জ্ঞান | অজ্ঞান |
জ্ঞানী | মূৰ্খ |
জটিল | সৰল |
জন্ম | মৃত্যু |
জমা | খৰচ |
জয় | পৰাজয় |
টেঙৰ | চতুৰ |
যোগ | বিযোগ |
যশ | অপযশ |
ডাঠ | পাতল |
ডেকা | বুঢ়া |
ত্যাগ | গ্ৰহন |
তপত | চেঁচা |
থকা | নথকা |
দ’ | বাম |
দুখ | সুখ |
দুখিয়া | ধনী |
দাতা | কৃপণ |
দাদা | বৌ |
দিঠক | সপোন |
দিন | ৰাতি |
দীঘল | চুটি |
দীৰ্ঘ | হ্ৰস্ব |
দেখা | নেদেখা |
দেৱতা | অসুৰ |
দেশপ্ৰেমিক | দেশদ্ৰোহী |
দূৰদৰ্শী | অদুৰদৰ্শী |
দুৰ্বল | সবল |
দুৰ্লভ | সুলভ |
দয়ালু | নিৰ্দয় |
ধৈৰ্য | অধৈৰ্য |
ধুনিয়া | কুৎসিত |
ধনী | দুখীয়া |
ধ্বংস | সূষ্টি |
ধৰ্ম | অধম |
নাৰী | পুৰুষ |
নিন্দা | প্ৰশংসা |
নিভীক | ভীৰু |
নিম্ন | উচ্চ |
নিৰাকাৰ | সাকাৰ |
নিৰানন্দ | আনন্দ |
নিৰাপদ | বিপদজনক |
নিৰাশা | আশা |
নিৰ্দোষী | দোষী |
নিৰভিমানী | অভিমানী |
নিৰস | ৰসাল |
নিৰহংকাৰ | অহংকাৰ |
নেদেখা | দেখা |
নৈশ | দিবা |
ন্যায় | অন্যায় |
নতুণ | পুৰণি |
নবীন | প্ৰবীন |
পাতাল | আকাশ |
পাতল | ডাঠ |
পাপ | পুণ্য |
পোনপটীয়া | আওপটীয়া |
পোহনীয়া | বনৰীয়া |
পোহৰ | আন্ধাৰ |
পুণ্য | পাপ |
পণ্ডিত | মূৰ্খ |
পুত্ৰ | জীয়ৰী |
পুৱা | গধূলি |
পৱিত্ৰ | অপৱিত্ৰ |
প্ৰকাণ্ড | সৰু |
প্ৰকাশ | গোপন |
প্ৰকৃত | অপ্ৰকৃত |
প্ৰাচীন | নবীন |
প্ৰাচ্য | পাশ্চাত্য |
পৰিকল্পিত | অপৰিকল্পিত |
পৰিমিত | অপৰিমিত |
পৰিষ্কাৰ | লেতেৰা |
প্ৰচুৰ | তাকৰ |
প্ৰেৰণা | নিৰুৎসাহ |
প্ৰজা | ৰজা |
পুৰণি | নতুন |
পূৰ্ণিমা | অমাৱশ্যা |
প্ৰতক্ষ্য | পৰোক্ষ |
পৰনিৰ্ভৰশীল | আত্মনিৰ্ভৰশীল |
প্ৰৱেশ | প্ৰস্থান |
প্ৰভু | ভৃত্য |
প্ৰশংসা | নিন্দা |
প্ৰশ্ন | উত্তৰ |