1
Proper Adj.
প্ৰকৃত বিশেষণ
দেখিবলৈ ওখ, খীণ আৰু আকৰ্ষণীয়ভাৱে নমনীয় বা লচপচীয়া শৰীৰৰ গঠন; বিশেষকৈ গাভৰু ছোৱালীৰ খীণ-মিহি, লাহী আৰু ধুনীয়া কঁকাল বা অবয়বক বুজাবলৈ ব্যৱহাৰ কৰা বিশেষণ পদ। হালি-জালি থকা ওখ, চিকন উইলো গছৰ দৰে।
Resembling a willow tree in being tall, slim, and moving with graceful flexibility. Traditionally, this word is used as a compliment to describe a woman's elegant and slender figure.
Opposite Word:
Fat
উদাহৰণ (Example Sentense):
"The willowy girl dancer moved her slender waist gracefully to the rhythm of the song."
2
Proper Adj.
প্ৰকৃত বিশেষণ
Flexible, supple, and bending gracefully without breaking, just like the twigs of a willow tree.
Opposite Word:
Rigid, Stiff, Brittle, Inflexible
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।