1
Proper Adj.
প্ৰকৃত বিশেষণ
কম সময়তে বা মুহূৰ্ত্ততে কৰা; অতি বেগাই কৰা, চলা।
sth done or carried out in short time or immediately; acting, moving in high speed.
2
Common Noun
জাতিবাচক বিশেষ্য
অতি ক্ষুদ্ৰাকৃতিৰ তীব্ৰবেগেৰে উৰিব পৰা এক শ্ৰেণীৰ চৰাই | পূবৰ্তে ইয়াক হামিংবাৰ্ডৰ লগত একে শ্ৰেণীতে অন্তৰ্ভুক্ত কৰা হৈছিল যদিও দুয়ো পৃথক বৰ্গৰ |
Swifts are highly specialized, generally fast flying, aerial foragers that rarely come to earth except at nest or roost sites. They are superficially similar to swallows but are actually not closely related to those passerine species at all. Swifts are in the separate order Apodiformes, which they formerly shared with the hummingbirds. The treeswifts are closely related to the true swifts, but form a separate family, the Hemiprocnidae.
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।