1
Proper Noun
সংজ্ঞাবাচক বিশেষ্য
শ্ৰীলঙ্কা আৰু ভাৰতবৰ্ষত পোৱা দীঘল গা-গছেৰে এবিধ লতা জাতীয় কাঁইটীয়া গছ | বিভিন্ন প্ৰকাৰৰ বেঁত চকী-মেজ আদি বনাবলৈ কূটীৰ শিল্পত বহুলভাৱে ব্যৱহাৰ কৰা দেখা যায় | অসমতো বাঁহ-বেতৰ চকীৰ বহুল প্ৰচলন দেখা যায় |
Climbing palm of Sri Lanka and India remarkable for the great length of the stems. The stem of various climbing palms of the genus Calamus and related genera used to make wickerwork and furniture and canes.
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।