1
Abstract Noun গুণবাচক বিশেষ্য
কোনো নিৰ্দ্দিষ্ট ক্ৰিয়াৰ এক বিশেষ আয়োজন, য’ত বিজয়ী নিৰ্বাচিত কৰা হয়
A session or event where candidates or participants compete, with winners selected; a contest or competition.
2
Material Noun বস্তুবাচক বিশেষ্য
এটা মূৰত ৰাসায়নিক পদাৰ্থ লেপি তৈয়াৰ কৰা কাঠ, বাঁহ বা আন কোনো দাহ্য বস্তুৰ সৰু কাঠি, যাক টান বা ৰাসায়নিক দ্ৰব্যৰে তৈয়াৰ কৰা বিশেষ পৃষ্ঠত ঘঁহি জুই সৃষ্টি কৰিব পাৰি।
a slender piece of wood, cardboard, or other flammable material tipped with a chemical substance that produces fire when rubbed on a rough or chemically prepared surface
3
Abstract Noun গুণবাচক বিশেষ্য
কোনো এটা বস্তুৰ লগত আন এটা বা এজন লোকৰ লগত আন এজনৰ সমান হোৱা অৱস্থা
a person or thing that equals or resembles another in some respect
4
Verb-Intran. অকৰ্মক ধাতু
to fit together, to cause to correspond

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।