1
Abstract Noun গুণবাচক বিশেষ্য
কোনো ব্যক্তি বা বস্তুৰ গুণাগুণ সম্পৰ্কে সাধাৰণতে যি কোৱা বা বিশ্বাস কৰা যায়

সমাৰ্থক শব্দঃ

what is generally said or believed about a person's or thing's character (reputation for honesty; reputation of being a crook)

Synonyms:

2
Material Noun বস্তুবাচক বিশেষ্য
ৰেখা আৰু ৰঙৰ এক কাম, কোনো মানুহ বা বস্তুৰ ভৌতিক ৰূপৰ সৈতে যাৰ সাদৃশ্য আছে
A two-dimensional work of lines and colors that has a similar appearance to some subject—usually a physical object or a person.
3
Abstract Noun গুণবাচক বিশেষ্য
দাপোণত দেখা পোৱা ছবি
image as seen in a mirror
4
Material Noun বস্তুবাচক বিশেষ্য
এজন ব্যক্তি, প্রাণী বা বস্তুৰ শাৰীৰিক অবয়বৰ আলোকচিত্র, ছবি, স্থাপত্য আদিৰ জড়িয়তে বা আন কোনো ধৰণে কৰা প্ৰকাশ
a physical likeness or representation of a person, animal, or thing, photographed, painted, sculptured, or otherwise made visible

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।