1
Material Noun
বস্তুবাচক বিশেষ্য
বেক্টেৰিয়া, বিশেষকৈ লেক্ট’বেচিলাছ বুলগেৰিকাছ আৰু ষ্ট্ৰেপ্ট’কক্কাছ থাৰ্ম’ফিলাছৰ দ্বাৰা কিণ্বন প্ৰক্ৰিয়াৰ জৰিয়তে গাখীৰৰ পৰা প্ৰস্তুত কৰা টেঙেচীয়া অৰ্দ্ধ-জুলীয়া খাদ্য; কেতিয়াবা মিঠা অথবা ফলৰ ৰস মিশ্ৰিত কৰা হয় ৷
A custardlike food with a tart flavor, prepared from milk curdled by bacteria, especially Lactobacillus bulgaricus and Streptococcus thermophilus, and often sweetened or flavored with fruit.
2
Material Noun
বস্তুবাচক বিশেষ্য
পানী নোহোৱা, ডাঠ দৈ গাখীৰ
thick, waterless curd
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।