1
Material Noun বস্তুবাচক বিশেষ্য
দুই বা ততোধিক মৌল ৰাসায়নিক ভাৱে সংযোজিত হৈ উত্পন্ন হোৱা পদাৰ্থ
a product of two or more elements combined chemically
2
Common Noun জাতিবাচক বিশেষ্য
বাসভৱন, ব্যৱসায়িক কাৰ্য্যালয় বা আন প্ৰতিষ্ঠান থকা চাৰিওফালে বেৰ বা জেওৰাৰে আৱৰা এক স্থান
an enclosure containing residences, business offices, or other establishments
3
Verbal Noun কৃদন্ত বিশেষ্য
মিশ্ৰণ বা মিহলি কৰা প্ৰক্ৰিয়াৰ ফল।
the product of a mixing process.
4
Abstract Noun গুণবাচক বিশেষ্য
কোনো বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয় অৱস্হিত এলেকা৷ ইয়াতে সেই প্ৰতিষ্ঠানৰ ভবন (সমূহ) থাকে৷
the land/ground where a school, college or university is situated with its building(s)

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।