1
Abstract Noun
গুণবাচক বিশেষ্য
আৰ্থিক বা বস্তুগত গুৰুত্ব।
monetary or material worth.
2
Abstract Noun
গুণবাচক বিশেষ্য
মৌলিক পদাৰ্থৰ এক ধৰ্ম, যি সকলো বৈদ্যুতিক আৰু চৌম্বিক বল আৰু বিক্ৰিয়াৰ সৃষ্টি কৰে। কুলম্ব এককৰ দ্বাৰা সূচোৱা ইয়াৰ মান ধনাত্মক বা ঋণাত্মক হ`ব পাৰে।
one of the basic properties of the elementary particles of matter giving rise to all electric and magnetic forces and interactions. The two kinds of charge are given negative and positive algebraic signs: measured in coulombs.
3
Abstract Noun
গুণবাচক বিশেষ্য
কোনো ব্যক্তিক আৰোপিত বা ন্যস্ত কৰা কৰ্ত্তব্য বা দায়িত্ব
a duty or responsibility laid upon or entrusted to one
4
Verbal Noun
কৃদন্ত বিশেষ্য
কোনো দোষ বা অপৰাধ কৰা বুলি অভিযোগ বা দায়ী কৰা কাৰ্য্য
the act of indicting, i.e. charging with an offense or crime
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।