achievement
Submitted by:
Koustubh
PRONUNCIATION (উচ্চাৰণ):
/əˈtʃiːv.mənt/ (অ্যা-চীভ্-মেণ্ট)
1
Noun
বিশেষ্য
1. সাফল্য, কৃতকাৰ্যতা অৰ্জন, সাধন, সিদ্ধি, কৃতিত্ব, সফলতা।
2. কষ্ট বা প্ৰচেষ্টাৰ দ্বাৰা কোনো লক্ষ্যত উপনীত হোৱা বা কাম সম্পূৰ্ণ কৰা
3. কঠোৰ পৰিশ্ৰম, দক্ষতা বা একাগ্ৰতাৰ দ্বাৰা কোনো লক্ষ্যত উপনীত হোৱা বা বিশেষ কাম সম্পন্ন কৰা কাৰ্য

সমাৰ্থক শব্দঃ
1. Attainment, accomplishment, success, feat, triumph, realization.
2. A thing done successfully, typically by effort, courage, or skill.
3. Something successfully accomplished or brought about, especially by hard work, ability, or dedication. It can also refer to the process of achieving something.

Synonyms:
Opposite Word:
Failure, defeat
উদাহৰণ (Example Sentense):
"Graduating with honors was a major achievement for her career."
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।