1
Proper Noun প্ৰকৃত বিশেষ্য
ভাৰতৰ উত্তৰ-পূব অঞ্চলত অৱস্থিত, প্ৰাকৃতিকভাৱে চহকী আৰু বৈচিত্ৰ্যপূৰ্ণ এখন ৰাজ্য। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰে গঠিত এই ৰাজ্যখন চহকী সাংস্কৃতিক ঐতিহ্য, ৰেচম (মুগা, পাট, এৰি), এশিঙীয়া গঁড় আৰু বিশ্ববিখ্যাত চাহ উদ্যোগৰ বাবে জনাজাত।

সমাৰ্থক শব্দঃ

A naturally rich and diverse state located in the northeastern region of India. The state is known for its rich cultural heritage, silk (velvet, jute, eri), one-horned rhino, and world-famous tea industry.
Assam Map

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।