Asclepias acida
Submitted by:
Unknown
1
Common Noun
জাতিবাচক বিশেষ্য
এবিধ লতা, কাটিলে ঔ-লতাৰ নিচিনা পানী ওলায়৷ এই ৰস ৰাগিয়াল আৰু মানুহে খাৱ পাৰে৷ চন্দ্ৰকলাৰ হ্ৰাস বৃদ্ধিৰ লগত ইয়াৰ পাত সৰি পৰে আৰু গজে৷
A kind of creeper that secrets nectar when cut. The nectar has alcoholic properties and can be drunk. It is believed that the growth of the leaves are governed by the waxing and waning of the moon.
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।