1
Adjective বিশেষণ
বুঢ়া হ’বলৈ ধৰা; বয়সস্থ হোৱা; শক্তি হ্ৰাস পোৱা, বাৰ্ধক্যগ্ৰস্ত

সমাৰ্থক শব্দঃ

Growing old; declining in vigor.

Synonyms:

2
Adjective বিশেষণ
বয়স বৃদ্ধি হোৱা বা বৃদ্ধাৱস্থাৰ ফালে অগ্ৰসৰ হোৱা প্ৰক্ৰিয়া; জৈৱিক কোষ বা জীৱৰ বয়স বাঢ়ি অহাৰ লগে লগে ইয়াৰ কাৰ্যক্ষমতা ক্ৰমান্বয়ে হ্ৰাস পোৱা অৱস্থা।

সমাৰ্থক শব্দঃ

The process of becoming old or the state of being old; it specifically refers to the gradual deterioration of functional characteristics in biological cells or organisms as they age.

Synonyms:

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।