1
Proper Noun সংজ্ঞাবাচক বিশেষ্য
যোৰহাট বিমানবন্দৰ (আইএটিএ: JRH, আইচিএঅ’: VEJT) ভাৰতবৰ্ষৰ অন্তৰ্গত অসম ৰাজ্যৰ যোৰহাট জিলাত অৱস্থিত এটা বিমান বন্দৰ৷ এই বন্দৰটো ৰৰৈয়া বিমানবন্দৰ নামেৰেও জনাজাত৷
A place 7km south west of Jorhat city centre. Famous for Jorhat Airport.

Synonyms:

2
Verbal Adj. কৃদন্ত বিশেষণ
প্ৰয়োজনতকৈ বেছি সময় লাগি কাম সমাধা কৰা অথবা এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ প্ৰয়োজনতকৈ বেছি সময় লগা |
Taking relatively long time to do a thing

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।