ৰজনীকান্ত বৰদলৈ
Submitted by:
Unknown
1
Proper Noun
সংজ্ঞাবাচক বিশেষ্য
আধুনিক অসমীয়া সাহিত্যৰ জোনাকী যুগৰ এক বিশিষ্ট নিৰ্মাতা, ঐতিহাসিক আৰু সামাজিক উপন্যাসৰ জনক। ছাৰ ৱাল্টাৰ স্কট আৰু বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ আৰ্হিত তেওঁ অসমৰ ইতিহাস, জনজাতীয় জীৱন আৰু ৰোমান্টিকতাক সাঙুৰি এলানি কালজয়ী উপন্যাস ৰচনা কৰি অসমীয়া সাহিত্যত উপন্যাস ধাৰাটোৰ প্ৰতিষ্ঠা কৰে। ১৯২৫ চনত নগাঁৱত অনুষ্ঠিত অসম সাহিত্য সভাৰ অষ্টম অধিবেশনৰ সভাপতিৰ আসন অলংকৰণ কৰিছিল। মিৰি জীয়ৰী (১৮৯৪/৯৫), মনোমতী (১৯০০), দন্দুৱা দ্ৰোহ (১৯০৯), তাম্ৰেশ্বৰী মন্দিৰ (১৯২৬), নিৰ্ম্মল ভকত (১৯২৭), ৰহদৈ লিগিৰী (১৯৩০) আদি বিখ্যাক উপন্যাস ৰজনীকান্ত বৰদলৈদেৱে ৰচনা কৰিছিল ।
সমাৰ্থক শব্দঃ
Rajanikanta Bordoloi is a pioneering Assamese novelist, journalist, and civil servant of the Jonaki era, widely acknowledged as the "Upanyash Samrat". Inspired by Sir Walter Scott and Bankim Chandra Chattopadhyay, he laid the foundation of fiction in Assamese literature by blending historical events, indigenous culture, and romanticism. He presided over the 1925 Nagaon session of the Asam Sahitya Sabha. He wrote many novels such as Miri Jiyari (1894/95), Manomati (1900), Dandua Droh (1909), Tamreshwari Mandir (1926), Nirmal Bhakat (1927), and Rahadai Ligiri (1930), ect.
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।