1
Common Noun
জাতিবাচক বিশেষ্য
বগলীৰ দৰে দীঘল ডিঙি থকা এবিধ মাছ খোৱা চৰাই৷
সমাৰ্থক শব্দঃ
a kind of bird allied to the heron.
Synonyms:
2
কেইবাদালো তাঁৰ থকা বেহেলাৰ সদৃশ বাদ্যযন্ত্ৰ বিশেষ । হিন্দী ভাষাৰ `শ` আৰু `ৰঙ্গ` শব্দ দুটা ল`গ লাগি `সাৰংগী` বা `সাৰঙ্গী` শব্দটোৰ উৎপত্তি হোৱা বুলি ধাৰণা কৰা হয় । সাৰংগীৰ শব্দ ১০০ বিধ ৰঙৰ সমান মনস্তুতিদায়ক আৰু অৰ্থবহুল বুলি কোৱা হয় - এতেকে সেই নাম ।

A stringed musical instrument akin to violin.
The word sarangi is derived from two Hindi words: sau (meaning "hundred") and rang (meaning "colour"). This is because the sound of the sarangi is said to be as expressive and evocative as hundred colours.

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।