1
Common Noun জাতিবাচক বিশেষ্য
(কথিত) উৎপটীয়া, খটাসুৰবিধৰ, আনক জোকাই মেলি ভাল পোৱা; কোনো গঠনমূলক কাম নকৰা/কোনো কামৰে অযোগ্য আৰু বান্দৰৰ দৰে উৎপতীয়া ল’ৰা।
(colloquial use) a mischievious, naughty child or a boy.

Synonyms:

2
Common Noun জাতিবাচক বিশেষ্য
প্ৰাইমেট বৰ্গৰ অন্তৰ্গত দীঘল-নেজীয়া মজলীয়া আকাৰৰ এক স্তন্যপায়ী জন্তু।
Any long-tailed, medium-sized non-anthropoid member of the order Primates, e.g., macaque, baboon; monkey.

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।