1
বৌদ্ধ ধৰ্ম আৰু দৰ্শনত, ই ক্ষণস্থায়ী বা নামমাত্ৰ মানৱ সত্তা, ব্যক্তিত্ব বা ‘ব্যক্তি’ক বুজায়, যিয়ে কৰ্মফল ভোগ কৰে আৰু যাৰ পুনৰ্জন্ম হয়
In Buddhist philosophy, it refers to the conceptual entity, "the person" or "individual self," which undergoes rebirth and experiences karma, though it lacks an eternal, independent soul
2
জৈন দৰ্শন অনুসৰি, বিশ্বব্ৰহ্মাণ্ডৰ অন্যতম এক মূল জড় বা অজীৱ পদাৰ্থ (প্ৰাকৃতিক তত্ত্ব)। যাৰ নিজস্ব ৰূপ, বৰ্ণ, গন্ধ, সোৱাদ আৰু স্পৰ্শ আছে, তাকেই পুদগল বোলা হয়।
In Jain philosophy, Pudgala is one of the six fundamental realities. It refers exclusively to non-living, physical matter that possesses form, color, taste, smell, and touch.
উদাহৰণ (Example Sentense):

"According to Jainism, the universe is composed of both conscious souls and unconscious pudgala."

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।