PRONUNCIATION (উচ্চাৰণ):
Nahor
1
Common Noun
জাতিবাচক বিশেষ্য
ক্লুছিয়েচি (Clusiaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ অতি টান কাঠৰ (যাক আইৰণ উদ বুলিও কোৱা হয়) চিৰসেউজ ক্ৰান্তীয় উদ্ভিদ। ইয়াৰ আকৰ্ষণীয় গঠন, সেউজীয়া পাত আৰু সুগন্ধি বগা ফুলৰ বাবে জনাজাত। এই গছজোপা অসমৰ লগতে শ্ৰীলংকা, ভাৰত, দক্ষিণ নেপাল আৰু মালয়েছিয়াত প্ৰাকৃতিকভাৱে পোৱা যায়।
A slow-growing, tropical evergreen tree in the family Clusiaceae, famous for its extremely hard timber (Ironwood), beautiful foliage, and deeply fragrant white flowers. It is native to South and Southeast Asia, including Assam and Sri Lanka.
Synonyms:
2
Common Noun
জাতিবাচক বিশেষ্য
অসমৰ চিৰচেনেহী সাংস্কৃতিক তাৰকা তথা হিয়াৰ আমঠু প্ৰয়াত জুবিন গাৰ্গদেৱৰ স্মৃতিত উৎসৰ্গিত এক আধুনিক, উচ্চস্তৰীয় অসমীয়া-ইংৰাজী অনলাইন অভিধান
An advanced and comprehensive Anglo-Assamese digital dictionary application, proudly dedicated to the memory of the legendary cultural icon and heartthrob of Assam, the late Zubeen Garg.
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।