1
Material Noun
বস্তুবাচক বিশেষ্য
উজ্জ্বল পৃষ্ঠযুক্ত, তাপ আৰু বিদ্যুতৰ সুপৰিবাহী তথা প্ৰসাৰণক্ষম (পিটি পাতল কৰিব পৰা বা তাঁৰলৈ ৰূপান্তৰিত কৰিব পৰা) ধনাত্মক আধানযুক্ত ৰাসায়নিক মৌল। আদৰ্শ ধাতুৱে অধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱণ, অক্সিজেনৰ সৈতে ক্ষাৰকীয় অক্সাইড আৰু অন্য ধাতুৰ সৈতে সংমিশ্ৰিত হৈ সংকৰ ধাতু উৎপন্ন কৰে।
1. Metal.
2. An electropositive chemical element characterized by a shiny surface, high thermal and electrical conductivity, malleability, and ductility. Metals react with non-metals to form salts, with oxygen to form basic oxides, and mix together to create alloys.

Synonyms:
শব্দৰ ব্যাখ্য (Etymology):
সংস্কৃত মূল 'ধা' (ধৃ) ধাতুৰ সৈতে 'তুন' (তুন্) প্ৰত্যয় যোগ হৈ 'ধাতু' শব্দটো গঠিত হৈছে [ধা (ধৃ)+তুন = ধাতু] । সংস্কৃত ব্যাকৰণৰ নীতি অনুসৰি, 'ধা' ধাতুৰ প্ৰাথমিক অৰ্থ হ’ল— ধাৰণ কৰা (অৰ্থাৎ, যিয়ে নিজৰ মাজত কোনো গুণ, শক্তি বা পদাৰ্থ ধাৰণ কৰে, অথবা য’ত কোনো উপাদান ধাৰিত হৈ থাকে)।
উদাহৰণ (Example Sentense):
"কাঁহ হ’ল এবিধ পৰম্পৰাগত সংকৰ ধাতু (metal), যাৰ সহায়ত অসমত শৰাইৰ দৰে মাংগলিক সামগ্ৰী প্ৰস্তুত কৰা হয়।"
2
Material Noun
বস্তুবাচক বিশেষ্য
The male reproductive fluid containing spermatozoa, produced by the male reproductive organs (testicles) for the fertilization of a female egg to produce offspring.
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।