1
Abstract Noun গুণবাচক বিশেষ্য
(ক) মানুহ বা ঘটনাক প্ৰভাৱিত কৰিব পৰা এক শক্তি, (খ) কাৰ্য্যফল (বিশেষকৈ মন বা অনুভূতিৰ ওপৰত), ধাৰণা বা বিশ্বাস (বিশেষকৈ অমূলক বা ভ্ৰান্তিমূলক), কোনো লোক বা শব্দৰ অনুকৰণ, বিশেষকৈ আমোদৰ অংশ হিছাপে৷
[a] a power to affect persons or events; [b] effect (esp. on the mind or feelings), notion or belief (esp. vague or mistaken), imitation of a person or sound, esp. as entertainment.
2
Abstract Noun গুণবাচক বিশেষ্য
উদাহৰণ, অনুকৰণ কৰিব পৰা বস্তু। যেনে, কাপোৰৰ ৰঙ বা ফূলৰ গঠন যিটো চাই আৰু পোচাক বনাব পাৰি
A piece of conduct or work, which needs to be imitated by others

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।