1
Proper Noun
সংজ্ঞাবাচক বিশেষ্য
এমূৰত সামান্য চেপেতা কৰা মাৰি এডালৰে সৰু বল এটা লৈ খেলা খেল ৷ খেলুৱৈ সকলে মাৰি ডালৰ চেপেতা অংশটোৰে বলটো মৰিয়াই খেল পথাৰৰ আনটো মূৰত থকা গাঁতত সুমোৱাবলৈ চেষ্টা কৰে ৷
A sports which is played by a flat ended strike and a ball. Players attempt to hit the balls with the strike, so that they can put the ball into each hole on a golf course with fewest number of strokes.
Synonyms
Additional Data:
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।