1
Noun
বিশেষ্য
1. বিষ্ণুৰ বক্ষৰ দিৱ্য মণি "কৌস্তুভ মণি"।
2. হিন্দু পৌৰাণিক সাহিত্য অনুসৰি দেৱতা আৰু অসুৰসকলে কৰা সমুদ্ৰমন্থনৰ সময়ত সাগৰৰ পৰা আৱিৰ্ভাৱ হোৱা এক অতি উজ্জ্বল আৰু অমূল্য দিৱ্য ৰত্ন। এই ৰত্ন মণিটিক ভগৱান বিষ্ণুৱে নিজৰ বক্ষস্থলত (বুকুত) ধাৰণ কৰিছিল।

1. The divine gemstone worn on the chest of Lord Vishnu.
2. In Hindu mythology, a celebrated divine jewel (gem) of peerless brilliance that emerged during the Samudra Manthan (Churning of the Ocean) and was accepted by Lord Vishnu, who wears it on his chest.

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।