Meaning of কেশৰ in Assamese & English | Nahor অভিধান Meaning of কেশৰ in Assamese & English | Nahor অভিধান
1
Common Noun জাতিবাচক বিশেষ্য
ফুলৰ পৰাগধানী ধাৰণ কৰা মিহি ঠাৰিৰ দৰে অংশ।

সমাৰ্থক শব্দ

the stalklike portion of a stamen, supporting the anther.

Synonyms

2
Material Noun বস্তুবাচক বিশেষ্য
এককোষী প্ৰাণী, বেক্টেৰিয়া, শুক্ৰাণু আদিৰ চলনাংগ ৰূপে ব্যৱহৃত দীঘল, সূতাৰ দৰে প্ৰসাৰিত অংশ।
a long, lashlike appendage serving as an organ of locomotion in protozoa, bacteria, sperm cells, etc.

Synonyms

3
Material Noun বস্তুবাচক বিশেষ্য
ঘোঁৰা বা সিংহৰ গলধনত থকা দীঘল চুলি
Long hair on the neck of a horse, lion, etc.

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।