1
Material Noun বস্তুবাচক বিশেষ্য
কৰ্ক ওক গছৰ ছালৰ পৰা তৈয়াৰ কৰা এবিধ ঠিলা৷ ইয়াৰ দ্বাৰা চিচাৰ বটলৰ মুখত ঠিলা লগোৱা হয়৷

সমাৰ্থক শব্দঃ

a stopping plug to stop the mouth of a glass bottle, made of a subset of generic cork tissue primarily from Cork Oak.

Synonyms:

2
Common Noun জাতিবাচক বিশেষ্য
ক’লা বৰণৰ এক সাধাৰণ চৰাই
a black colored common bird
3
Pronoun সৰ্বনাম
কোনো ক্ৰিয়াৰ কৰ্ম সম্পৰ্কে প্ৰশ্ন কৰিবলৈ ব্যৱহাৰ কৰা এটা প্ৰশ্নবোধক শব্দ
an interrogative word used to ask about the object of an action

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।