1
Material Noun
বস্তুবাচক বিশেষ্য
ধনুত লগাই নিক্ষেপ কৰিব পৰা মিহি, জোঙা, পোন আৰু দীঘল, সাধাৰণতে পাখি লগোৱা এক অস্ত্ৰ।
a slender, straight, generally pointed missile or weapon made to be shot from a bow and equipped with feathers at the end of the shaft near the nock, for controlling flight.
2
Common Noun
জাতিবাচক বিশেষ্য
ওখ ডাঙৰ গা গছৰে ওলোটা ওভোতাকৈ বিপৰীতমুখী ডাল ধৰা এবিধ গছ ৷ ইয়াৰ পাত ডাঙৰ আৰু দীঘল ৷ ফুলবোৰ হালধীয়া আৰু কোমল শুঙযুক্ত বল আকৃতিৰ ৷
The Kadam tree grows up to 45 m high with a trunk diameter of 100-160 cm, Leaves are 13-32 cm long. Kadam flowers are yellow in coloured and globe-like with soft sting.
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।