1
Abstract Noun গুণবাচক বিশেষ্য
কোনো ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয় বা সংস্থাই ছাত্ৰ-ছাত্ৰী, সদ্য-উত্তীৰ্ণ প্ৰাৰ্থী বা প্ৰশিক্ষাৰ্থীক কোনো এক নিৰ্দিষ্ট বৃত্তিমূলক ক্ষেত্ৰত ব্যৱহাৰিক অভিজ্ঞতা আৰু কাৰ্যক্ষমতা অৰ্জন কৰিবলৈ প্ৰদান কৰা এক নিৰ্দিষ্ট সময়ৰ কাৰ্যকাল বা সুযোগ

সমাৰ্থক শব্দঃ

A temporary period of practical work experience offered by an organization, company, or institution to students, recent graduates, or trainees, designed to provide hands-on experience in a specific professional field.
উদাহৰণ (Example Sentense):

"ইন্টাৰ্নছিপৰ অৰ্হতা থকাৰ বাবে তেঁও চাকৰিটো পোৱাত সুবিধা হ'ল ।"

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।