1
Abstract Noun গুণবাচক বিশেষ্য
যি বলে ৰাসায়নিক পদাৰ্থৰ পৰমাণুবোৰক একেলগে ধৰি ৰাখে

সমাৰ্থক শব্দঃ

the force by which atoms are held together in chemical compounds

Synonyms:

2
Abstract Noun গুণবাচক বিশেষ্য
মনৰ এক অন্তৰ্নিহিত নিৰ্দেশ বা উদ্দেশ্য; স্বাভাৱিক বা অভ্যাসগত আকৰ্ষণ বা মনোভাৱ
An implicit direction or purpose specially of the mind; natural or habitual inclination or tendency
3
Abstract Noun গুণবাচক বিশেষ্য
কোনো অভ্যাস, বিশেষকৈ ৰাগীয়াল বস্তু সেৱনৰ ওপৰত কৰা অস্বাভাৱিক নিৰ্ভৰতা।
the condition of being abnormally dependent on some habit, esp compulsive dependency on narcotic drugs.
4
Abstract Noun গুণবাচক বিশেষ্য
কিহবাৰ প্ৰতি এক তীব্ৰ বা অতিমাত্ৰা ভাল লগা ভাৱ, উছাহ বা আগ্ৰহ
a strong or extravagant fondness, enthusiasm, or desire for anything

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।