1
Abstract Noun গুণবাচক বিশেষ্য
নিয়মবৰ্জিত অৱস্থা বা গুণ; পৰম্পৰা বা সাধাৰণভাৱে গৃহীত পদ্ধতিৰ বিপৰীত অৱস্থা
the state or quality of being irregular; a breach of a convention or normal procedure

Synonyms:

2
Abstract Noun গুণবাচক বিশেষ্য
বেয়া আচৰণ ।
unacceptable or improper behaviour.
3
Abstract Noun গুণবাচক বিশেষ্য
স্বাভাৱিক আচৰণ বা আচাৰ-ব্যৱহাৰৰ পৰা বেলেগ হোৱা
a departure from normal practice or behaviour

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।