Mukuta Mukuta Amare Mon (মুকুতা মুকুতা) Lyrics -Zubeen Garg

মুকুতা মুকুতা আমাৰে মন Lyrics

Mukuta Mukuta Amare Mon (মুকুতা মুকুতা আমাৰে মন) Movie : Roi Roi Binale (ৰৈ ৰৈ বিনালে) Singer : Zubeen Garg (জুবিন গাৰ্গ ) & Student Of Abhinaya Lyrics and Composition : Zubeen Garg (জুবিন গাৰ্গ ) Here is the complete lyrics of the song Mukuta Mukuta from the movie Roi Roi Binale- মুকুতা মুকুতা আমাৰে মন Lyrics in Assamese: তাৰা ৰাম পাম, তাৰা ৰাম পাম, …

Read more

মোৰ কবিতাৰ ছন্দ লাগি ৰাভা সংগীত Lyrics-Mur Kobitar Chanda Lagi

Mur Kabitar Chanda Lagi Lyrics

মোৰ কবিতাৰ ছন্দ লাগি Mur Kobitar Chanda Lagi (Rabha Sangeet) গীতৰ কথা: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰেণী : ৰাভা সংগীত মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে? স্পন্দন তোৰ জাগেনে? কথা মালিতাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে? ভাগেনে, ভাগেনে, তোৰ সোণৰ সপোন ভাগেনে? মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে? স্পন্দন তোৰ জাগেনে? কথা মালিতাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে? ভাগেনে, ভাগেনে, তোৰ সোণৰ সপোন ভাগেনে? তোৰ সোণৰ …

Read more

Mayabini Ratir Bukut (মায়াবিনী ৰাতিৰ বুকুত) Lyrics

মায়াবিনী Lyrics

মায়াবিনী ৰাতিৰ বুকুত (Mayabini Ratir Bukut) Lyrics: কণ্ঠ (Voice): জুবিন গাৰ্গ কথাছবি (Movie): দাগ ((২০০১) সংগীত (Music): জুবিন গাৰ্গ কথা (Lyrics) : জুবিন গাৰ্গ Lyrics: মায়াৱিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ’দৰে নৈ মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে …

Read more

প্ৰতিধ্বনি শুনো মই ভূপেন্দ্ৰ সংগীত Lyrics-Pratidhwani Hunu Moi

Pratidhwani Hunu Moi Lyrics

গীত: প্ৰতিধ্বনি শুনো মই গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা শ্ৰেণী : ভূপেন্দ্ৰ সংগীত Pratidhwani Hunu Moi Lyrics: প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো, প্ৰতিধ্বনি শুনো মোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰ নিশাৰ চিঞৰ টিৰ প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো । কাণ পাতি শুনো মই বুজিব নোৱাৰোঁ চকু মেলি চাওঁ মই মনিব নোৱাৰোঁ চকু মুদি ভাবো মই ধৰিব নোৱাৰোঁ হেজাৰ পাহাৰ মই বগাব নেজানো নিশাৰ …

Read more

যাউতি যুগীয়া (Jauti Jugiya Dhone Mur O) জ্যোতি সংগীত Lyrics

যাউতি যুগীয়া জ্যোতি সংগীত Lyrics (Jauti Jugiya)

যাউতিযুগীয়া (Jauti Jugiya) গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰেণী : জ্যোতি সংগীত যাউতিযুগীয়া ধনে মোৰ অ’ যাউতিযুগীয়া ধন যাউতিযুগীয়া ধনে মোৰ অ’ যাউতিযুগীয়া ধন । প্ৰাণতে দিলা মোক মৰম কুমলীয়া মনত সোঁৱৰণী সুৱদীয়া বুকুত ভালে পোৱা অ’ মোৰ প্ৰাণ যাউতিযুগীয়া ধনে মোৰ অ’। যাউতিযুগীয়া ধন। Music… স্মৃতিৰ ছবিখনি প্ৰণয় ফুটুকীয়া কল্পনা পূৰাই দিলা মোক অ’ যাউতিযুগীয়া ধন সুখে বিনন্দীয়া মৰণতে বাকি সৰগী সপোন টোপনীতে গঢ়ি দিলা …

Read more

শাৰদী ৰাণী তোমাৰ হেনো নাম Lyrics – ভূপেন্দ্ৰ সংগীত

গীত: শাৰদী ৰাণী তোমাৰ হেনো নাম গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা শ্ৰেণী : ভূপেন্দ্ৰ সংগীত Xarodi Rani Tumar Henu Naam Lyrics শাৰদী ৰাণী… তোমাৰ হেনো নাম তুমি মোৰ নিচেই আপোন সদ্যস্নাতা ৰূপহী মোৰ পুৱতি নিশাৰ সপোন শাৰদী ৰাণী তোমাৰ হেনো নাম । Music… শুভ্রনীলা ওৰণিখনি কুঁৱলী সূতাৰে বোৱা পাতল ৰিহাখনি থৰ লগা বিলখনি থৰ লগা বিলখনি তোমাৰ শুৱনি দাপোণ শাৰদী ৰাণী …

Read more