1
Common Noun
জাতিবাচক বিশেষ্য
সাধাৰণ ঘৰচীয়া পাৰ চৰাইৰ দৰে ই কলুম্বা লিভিয়া নামৰ এক প্ৰজাতিৰ বংশধৰ ৷ ইহঁতৰ ৩০ ৰ পৰা ৪০ টা পাখিৰ বিচনীৰ আকৃতিৰ এডাল থিয় নেজ আছে ৷
like other varieties of domesticated pigeons it is a descendants of the Rock Pigeon (Columba livia). It is characterised by a fan-shaped tail composed of 30 to 40 feathers.
Synonyms
2
Material Noun
বস্তুবাচক বিশেষ্য
পাৰ চৰাইৰ আকাৰৰ এবিধ অসমীয়া গহনা
A type of traditional Assamese jewelry shaped liked a pigeon
3
Material Noun
বস্তুবাচক বিশেষ্য
কাণত পিন্ধা সৰু অলঙ্কাৰ
jewelery to ornament the ear; usually clipped to the earlobe or fastened through a hole in the lobe
Additional Data:
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।