Built with ❤️ by Koustubh

Easy Calculator

ইজি কেলকুলেটৰ (Easy Calculator- free online calculator app ): ই এক নিৰ্ভৰযোগ্য, সৰল অথচ শক্তিশালী বিনামূলীয়া অনলাইন কেলকুলেটৰ এপ্লিকেচন, যি সাধাৰণ হিচাপ-নিকাচ কৰাৰ লগতে শতাংশ গণনা আৰু মেমৰী অপাৰেচনৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। ব্যৱহাৰকাৰীৰ সুবিধাৰ বাবে ইয়াত পূৰ্বৰ হিচাপ-নিকাচসমূহ পৰীক্ষা কৰিবলৈ এক 'কেলকুলেচন হিষ্ট্ৰী' (calculation history) ৰ সুবিধাও প্ৰদান কৰা হৈছে । অতি সৰল ভাৱে নিখুঁত ফলাফল প্ৰদান কৰিব পৰাকৈ ইজি কেলকুলেটৰ নিৰ্মাণ কৰা হৈছে। ঘৰুৱা হিচাপ-নিকাচ কৰাৰ পৰা আৰম্ভ কৰি শৈক্ষিক গাণিতিক সমস্যা সমাধানলৈকে এই আহিলাবিধে অতি দ্ৰুত আৰু সঠিক ফলাফল প্ৰদান কৰে। ইয়াৰ উন্নত ইন্টাৰফেচ (interface) আৰু ক্ষীপ্ৰ গাণিতিক দক্ষতা ইয়াৰ অন্যতম বিশেষত্ব।

Features of Easy Calculator

ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল:
  • Compared to standard calculators, it is perfectly suited for larger numbers and complex decimal calculations.

    (সাধাৰণ কেলকুলেটৰ তুলনাত ই অধিক দীঘল সংখ্যা আৰু জটিল দশমিক যুক্ত গণনাৰ বাবে সম্পূৰ্ণ উপযোগী।)

  • Memory storage functions (M+, M-, MR, MC) are included for quick and efficient calculations.

    (দ্ৰুত গণনাৰ বাবে স্মৃতি সঞ্চয় ক্ষমতা (M+, M-, MR, MC) অন্তৰ্ভুক্ত কৰা হৈছে।)

  • All your previous calculations are saved in the 'History' section, allowing you to review them whenever needed.

    (আপোনাৰ পূৰ্বৰ সমস্ত হিচাপ-নিকাচ 'History' অংশত সংৰক্ষিত হয়, যাতে প্ৰয়োজন সাপেক্ষে পুনৰীক্ষণ কৰিব পাৰে।)

  • Calculations can easily be saved to your phone as a text (.txt) file or an image.

    (গণনা সমুহ ফোনত txt ফাইল বা ছবি আকাৰে সহজে সঞ্চয় কৰি ৰাখিব পাৰি )

  • A 'Dark Theme' has been integrated to reduce eye strain for mobile users.

    (ম'বাইল ব্যৱহাৰকাৰীৰ চকুৰ আৰামৰ বাবে ইয়াত 'ডাৰ্ক থিম' (Dark theme) ব্যৱহাৰ কৰা হৈছে।)

Explore more tools at koustubhdas.com.