মোৰ বিষয়ে (About me)

নমস্কাৰ, মই কৌস্তুভ

মোৰ ক্ষুদ্ৰ অনলাইন পৃষ্ঠালৈ আপোনাক স্বাগতম ৷ মই কোনো কবি, সাহিত্যিক কিম্বা লেখক নহয় ৷ বা পেশাদাৰী ব্লগাৰো (Professional Blogger) নহয় ৷ তথাপিও কেতিয়াবা মনত উদয় হোৱা ভাৱ বোৰ ইয়াতে লিপিবদ্ধ কৰি থওঁ ৷ সমসাময়িক ঘটনা আৰু বিষয়ৰ ওপৰত লিখাৰ চেষ্টা কৰোঁ, প্ৰযুক্তিবিদ্যা, কম্পিউটাৰৰ ব্যৱহাৰৰ ওপৰত লিখাৰ চেষ্টা কৰোঁ ।

কম্পিউটাৰ আৰু ইন্টাৰনেটত কাম কৰাটো মোৰ ৰুচি ৷ কম্পিউটাৰৰ (Hardware and software) সমস্যাবোৰ solve কৰি ভালপাওঁ ৷ Blogger আৰু WordPress ত website design কৰি ভালপাওঁ, পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে সময় পাৰ কৰি ভালপাওঁ, গান শুনি, কিতাপ পঢ়ি ভালপাওঁ, নতুন কথা সিকিবলৈ ইণ্টাৰনেটত বিচৰণ কৰি ভালপাওঁ… পেছাত মই খেতিয়ক ৷

মোৰ software sharing site টো হ’ল SoftShareNet.com ইয়াত আপুনি কম্পিউটাৰৰ বাবে প্ৰয়োজনীয় Software সমুহ বিচাৰি পাব । লগতে মোৰ Amazon Products sharing site টো হ’ল market.kdplex.com ইয়াত আপুনি Amazon.in অত উপলব্ধ অতি জনপ্ৰিয় Product সমুহ সহজে বিচাৰি পাব ।

Share to: