জুবিনদা আৰু অসমীয়াৰ আবেগ

অসমীয়া বোৰ সঁচাকৈ আচৰিত আৰু লগতে অত্যধিক আবেগিক! নহয়নে ? নহলেনো এই কেইবা লাখ অসমীয়াই বিশ্বত অভিলেখ হোৱাকৈ নোখোৱা-নোবোৱাকৈ চাৰি-পাঁচদিনকৈ এজন মৃত ব্যক্তিৰ পাছে পাছে কান্দি কান্দি দৌৰি থাকেনে, কিমান আবেগিক বাৰু? অসমৰ মুখ্যমন্ত্ৰীজন, যি জনৰ নিৰ্বাচন সমাগত, খাবলৈ-শুবলৈও তৰণি নাই ৷ সেইজন মুখ্যমন্ত্ৰীয়ে জুবিন দাৰ মৃতদেহ চমজি লোৱাৰ পৰা অন্তিম সৎকাৰ শেষ কৰালৈকে স্বয়ং ছাঁটোৰ দৰে লাগি আছে! নহয়নে বৰ আচৰিত ? সেই পুলিচ …

Read more